Fire breaks out in moving truck on highway : ৰাজপথত দাউদাউ কৈ জ্বলিল চলন্ত ট্ৰাক
তেজপুৰ, ১৯ ফেব্ৰুৱাৰী : ৰাজপথত দাউদাউ কৈ জ্বলিল চলন্ত ট্ৰাক । তেজপুৰ মিছন চাৰিআলিত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো(Fire breaks out in moving truck on highway) ।
সোমবাৰে তেজপুৰৰ সেনাৰ চতুৰ্থ কৰৰ জি অ চিৰ চৰকাৰী আৱাসৰ সন্মুখত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ।জি অ চিৰ চৰকাৰী আৱাসৰ সন্মুখত এখন মৰাপাট ভৰ্তি চলন্ত ট্ৰাকত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । উৰণ সেতুত চলা ৱেলডিঙৰ ফিৰিঙতি পৰি অগ্নি সংযোগ হোৱাৰ সন্দেহ প্ৰকাশ(Fire breaks out in moving truck on highway)।
ইফালে উক্ত অঞ্চলত নীতিবৰ্হিভূতভাৱে জৰাজীৰ্ণ উৰণ সেতু নিৰ্মাণ কাৰ্য চলাই থকাৰ ফলতে সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ।
লগতে পঢ়ক : Chaos at Bilasipara Model Hospital:বিলাসীপাৰা মডেল হস্পিতালত উত্তপ্ত পৰিস্থিতি