Fire Break Out in Nagaon: নগাঁৱৰ আমোলাপট্টিৰ বি.এম. ৰোডত বিধ্বংসী অগ্নিকাণ্ড
নগাঁও,২৩অক্টোবৰ : নগাঁৱৰ আমোলাপট্টিৰ বি.এম. ৰোডত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।
বিশিষ্ট শিক্ষাবিদ তিলক চন্দ্ৰ মজুমদাৰৰ বাসগৃহত অগ্নিকাণ্ডৰ ঘটনা(Fire Break Out in Nagaon)।
অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত হোৱাৰ আশংকা।
অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপনৰ।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই জুই সুত্ৰপাত হোৱাৰ কাৰণ।
লগতে পঢ়ক :AIUDF wont contest upcoming Samaguri by-polls :উপ -নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে AIUDF-য়ে