Local, Vocal, Global

Fire Break Out in Meghalaya : তুৰা বজাৰত বিধ্বংসী অগ্নিকাণ্ড;নিমিষতে ভস্মীভূত ১০খনৰো অধিক দোকান

হাটশিঙিমাৰী,১৬অক্টোবৰ : বিধ্বংসী অগ্নিকাণ্ড ।অগ্নিকাণ্ডত ক্ষয়-ক্ষতি ১ কোটি টকাৰ

মেঘালয়ৰ তুৰাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ।

মঙলবাৰে নিশা মেঘালয়ৰ তুৰাৰ তুৰা বজাৰত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো(Fire Break Out in Meghalaya)।

অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে নিমিষতে ১০ ৰ পৰা ১৫খন দোকান ভস্মীভূত হয়।

বিদ্যুতৰ পৰা অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ।

অগ্নিনিৰ্বাপক বাহিনীয়ে উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক :Fire Break Out in Karimganj : বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত মাদ্ৰাছা; ভস্মীভূত ২ কোটিৰো অধিক টকাৰ সামগ্ৰীৰ