Fire Break Out in Karimganj : বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত মাদ্ৰাছা; ভস্মীভূত ২ কোটিৰো অধিক টকাৰ সামগ্ৰীৰ

নিউজ ডেস্ক,১৬অক্টোবৰ : ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত মাদ্ৰাছা ।
কৰিমগঞ্জৰ বাকৰচালত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷
অগ্নিকাণ্ডক ভস্মীভূত এখন মাদ্ৰাছা৷লগতে এটা মিলৰ কিছু অংশ জাহ যায় অগ্নিকাণ্ডত(Fire Break Out in Karimganj)।
কথমপি প্ৰাণ ৰক্ষা পৰে মাদ্ৰাছাৰ ৫০গৰাকী শিক্ষাৰ্থীৰ৷
জানিব পৰা মতে,অগ্নিকাণ্ডত ২ কোটিৰো অধিক টকাৰ সামগ্ৰী ভস্মীভূত হয় ৷ মাদ্ৰাছাৰ কাষতে থকা মুড়িৰ ফেক্টোৰীৰ পৰা জুইৰ সূত্ৰপাত হয়।