Local, Vocal, Global

Fire Break Out in Kaliabor: কলিয়াবৰৰ বিলপাৰত ভয়ংকৰ অগ্নিকাণ্ড

কলিয়াবৰ,১৯অক্টোবৰ : কলিয়াবৰৰ ১নং বৰঘূলী বিলপাৰত ভয়ংকৰ অগ্নিকাণ্ড।

শুকুৰবাৰে নিশা বিলপাৰৰ বিদ্যুৎ খুটাত হঠাতে জ্বলি উঠিল জুই।

লগে লগে হুৱা দুৱা লাগে গাঁৱখনৰ ৰাইজৰ মাজত(Fire Break Out in Kaliabor)।

সৌভাগ্যক্ৰমে ৰক্ষা পৰিল গাঁৱখন।

লগে লগে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় বিদ্যুৎ বিভাগক

ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত বিদ্যুৎ বিভাগৰ লোক উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে জুই।

লগতে পঢ়ক :Goalpara girl abducted : অৱশেষত উদ্ধাৰ গোৱালপাৰাৰ অপহৃত যুৱতী