Fire Break Out in Kalgachia :বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত ভস্মীভূত ৬০ লক্ষাধিক টকাৰ সা-সম্পত্তিৰ

নিউজ ডেস্ক,১৯অক্টোবৰ : বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত ৫খনকৈ দোকান।
কলগাছিয়াৰ মইনবড়িত বজাৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।শুকুৰবাৰে নিশা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো ।
এই অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে নিমিষতে সম্পূৰ্ণৰূপে ভস্মীভূত ৫খনকৈ দোকান। ক্ষতিসাধন ১০খন দোকান(Fire Break Out in Kalgachia )।
অগ্নিকাণ্ডত ভস্মীভূত হয় ৬০ লক্ষাধিক টকাৰ সা-সম্পত্তিৰ।
বৈদ্যুতিক শ্বৰ্ট-চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত।