Local, Vocal, Global

Fire Break Out in Dergaon: বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু বাসগৃহ

দেৰগাঁও,২৬অক্টোবৰ : বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত দুটাকৈ বাসগৃহ।

শুকুৰাবে নিশা নুমলীগড়ত সংঘটিত হৈছে ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা।

অগ্নিকাণ্ডত ভস্মীভূত কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান।ভস্মীভূত দুটাকৈ বাসগৃহ(Fire Break Out in Dergaon)।

এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপ বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰায় তিনিঘন্টা সময় চেষ্টা চলাই অন্তত নিৰ্বাপিত হয় জুই।

জানিব পৰা মতে,এই অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে নিমিষয়ে ভস্মীভূত বহু লক্ষাধিক টকাৰ ক্ষয় ক্ষতি হয় ।

ভাৰত গ্লাছ আৰু ইলেক্ট্ৰিকেল নামৰ প্ৰতিষ্ঠান খনৰ পৰা হয় এই অগ্নিকাণ্ডৰ সূত্ৰপাত।

শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো।`

লগতে পঢ়ক :State government employees salaries in advance : চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ; ২৮ অক্টোবৰৰ পৰা চৰকাৰী কৰ্মচাৰীক দিয়া হ’ব দৰমহা