Local, Vocal, Global

Massive Fire Breaks Out in Oil Godown : তিনিটাকৈ তেল গুদামত বিধ্বংসী অগ্নিকাণ্ড

নিউজ ডেস্ক, ১৬ মাৰ্চ : তেলেংগানাত বিধ্বংসী অগ্নিকাণ্ড। তিনিটাকৈ তেল গুদামত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড(Massive Fire Breaks Out in Oil Godown) । শুকুৰবাৰে নিশা প্ৰায় ৮.৩০ বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো(Massive fire at 3 oil godowns in Hyderabad )।

জানিব পৰা মতে, এই অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে, ১২খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে শনিবাৰে পুৱা প্ৰায় ৬ বজালৈ জুই নিৰ্বাপনৰ বাবে অহৰহ চেষ্টা চলাই । অগ্নিনিৰ্বাপক বাহিনীৰ ১০ ঘণ্টা জোৰা অহৰহ প্ৰচেষ্টাৰ ফলত জুই নিৰ্বাপিত হয়(Fire at godown causes oil spill in Hyderabad) ।

এই ঘটনাৰ ফলত কোনো লোক হতাহতি হোৱা নাই বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Delhi CM Arvind Kejriwal granted bail in ED summons case : EDৰ গোচৰত জামিন মঞ্জুৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ