Local, Vocal, Global

Ferry service suspended at kamalabari Nimati Ghat : আজিৰে পৰা অনিৰ্দিষ্টকাললৈ বন্ধ কমলাবাৰী ঘাটৰ ফেৰীসেৱা

নিউজ ডেস্ক,২০অক্টোবৰ : আজিৰে পৰা অনিৰ্দিষ্টকাললৈ বন্ধ কমলাবাৰী ঘাটৰ ফেৰীসেৱা। অস্বাভাৱিকভাৱে ক্ষীপ্ৰ গতিত শুকাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।

যাৰ ফলশ্ৰুতিত দেওবাৰৰ পৰা বন্ধ কৰা হৈছে কমলাবাৰী-নিমাতী পাৰঘাট ।কমলাবাৰী-নিমাতীৰ মাজৰ ফেৰী যাতায়াতলৈ গভীৰ সংকট(Brahmaputra’s Drying Waters Lead to Crisis in Ferry Services to Majuli)।

কমলাবাৰী-নিমাতীৰ মাজত চলা ৯খন ছিংগল ফেৰীসেৱা বন্ধ। ফেৰীসেৱা বন্ধৰ লগে লগে বিপদ আহিছে ১৫০টা পৰিয়াললৈ। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ওপৰত ক্ষোভ।

আভ্যন্তৰীণ জল পৰিবহন বিভাগে এই বন্ধ ঘোষণা কৰে(Ferry service suspended at kamalabari Nimati Ghat)।

লগতে পঢ়ক :PM Narendra Modi to attend Brics Summit in Russia: পুনৰ বিদেশ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী