Local, Vocal, Global

আজিৰে পৰা বৃদ্ধি পালে ফেৰী সেৱাৰ ভাড়া…

ডিজিটেল ডেস্কঃ- আজিৰে পৰা বৃদ্ধি পালে ফেৰী সেৱাৰ ভাড়া ।নতুন নিৰিখ নিৰ্ধাৰণ কৰিছে আভ্যন্তৰীণ জলপৰিবহণ বিভাগে।গুৱাহাটী,মাজুলিত বৃদ্ধি পাব ফেৰী সেৱাৰ টিকতৰ দাম।গুৱাহাটী-উত্তৰ গুৱাহীটী সংযোগী ফেৰী সেৱাৰ দাম বৃদ্ধি।মাজুলি -যোৰহাট সংযোগী ফেৰী সেৱাৰ বৃদ্ধি পাব ভাড়া।
ভাড়া বৃদ্ধি সন্দৰ্ভত ১৫ অক্টোবৰত গ্ৰহন কৰিছিল ৰাজহুৱা শুনানি।মাজুলি-নিমাতি সংযোগি ফেৰীৰ ভাড়া বৃদ্ধি ১০০ শতাংশ।অফলামুখঘাটত ১০ৰ পৰা ২০ টকালৈ ভাড়া বৃদ্ধি।কমলাবাৰীঘাটত ভাড়া বৃদ্ধি ১৫ৰ পৰা ৩০ টকালৈ বৃদ্ধি।