Local, Vocal, Global

Father and son injured in leopard attack : মৰিয়নিত নাহৰফুটুকীৰ আক্ৰমণত আহত পিতা-পুত্ৰ

নিউজ ডেস্ক, ১৯মাৰ্চ : ৰাজ্যত বাঘৰ সন্ত্ৰাস । বাঘৰ সন্ত্ৰাসত আতংক ৰাইজ (Father and son injured in leopard attack) ।

অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত সাধৰণতে বহু জন্তু এতিয়া নামি আহে সমতল ভূমিলৈ। বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰাণী। ফলত সৃষ্টি হৈছে সংঘাত।

শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা দিয়া হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Father and son injured in leopard attack in Mariani)।

আমি প্ৰায়ে খবৰ লাভ কৰো যে বিভিন্ন সময়ত খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি আহে জন্তু । এইবাৰ মৰিয়নিত নাহৰফুটুকীৰ সন্ত্ৰাস ।

নাহৰফুটুকীৰ আক্ৰমণত আহত পিতা-পুত্ৰ। আহত পিতা-পুত্ৰ কমল টুডু, নিখিল টুডু।

জানিব পৰা মতে, নিজ বাসগৃহৰ সমীপতে দুয়োকে আক্ৰমণ কৰে নাহৰফুটুকীয়ে। সংকটজনক অৱস্থাত দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দীৰ্ঘদিন ধৰি নাহৰফুটুকীটোৱে বিচৰণক কৰি আছিল অঞ্চটোত । এই ক্ষেত্ৰত বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

লগতে পঢ়ক : Horrific road accident in Guwahati leaves 1 dead : মহানগৰীত গ্ৰীণ বাছৰ খুন্দাত নিহত অটো চাল