Local, Vocal, Global

WATCH | Fake gold smuggler detained : শোণিতপুৰৰ গুদামঘাটত আটক দুই নকল সোণৰ সৰবৰাহকাৰীক

জামুগুৰিহাট,৬এপ্ৰিল : শোণিতপুৰৰ গুদামঘাটত আটক দুই নকল সোণৰ সৰবৰাহকাৰীক ৷

নিশা চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰে এই দুই নকল সোণৰ সৰবাৰাহকাৰীক(Fake gold smuggler detained) ৷

আটকাধীন সৰবৰাহকাৰী দুজন আকাশ আলি আৰু বাবুল আলি ৷

দুয়োজনৰ বিৰুদ্ধে চাৰিদুৱাৰ থানাত ৰুজু আছে কেইবাটাও গোচৰ।

লগতে পঢ়ক : WATCH | Teok News : আজিও আদৰ্শ নামটোৰ বাহিৰে একো আদৰ্শয়ে নাই ১১ নং পূৱ লাহিং গাঁও পঞ্চায়তৰ কলিয়াপানী গাঁৱৰ