Local, Vocal, Global

Fake currency notes seized :বকলীয়াঘাটত জালনোটসহ ৩ সৰবৰাহকাৰীক আটক

নিউজ ডেস্ক,১২অক্টোবৰ : অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ গ্ৰাম্য আৰু চৰাঞ্চলত বৰ্তমান নকল টকাৰ প্ৰয়োভৰ। একাংশ দুষ্ট চক্ৰই নকল টকা তথা জালনোটৰ জৰিয়তে লুণ্ঠন চলাই আছে সাধাৰণ ৰাইজক।
বিভিন্ন সময়ত বিভিন্ন প্ৰলোভন দি সহজ সৰল লোকক কিছু তন্ত্ৰ মন্ত্ৰ দেখুৱাই নকল টকাৰ জৰিয়তে লুণ্ঠন কৰি অহাৰ অভিযোগ। দীৰ্ঘদিন দিনৰ পৰা জালনোটৰ জৰিয়তে চলাই আছিল নিজৰ ৰমৰমীয়া ব্যৱসায়।

এইবাৰব কলীয়াঘাটত জালনোটৰ ব্যৱসায় । বকলীয়াঘাটত জালনোটসহ আটক ৩ সৰবৰাহকাৰীক । ৰজাপথাৰৰ কাচমাৰীৰ পৰা আটক কৰে ধৃত ৩সৰবৰাহকাৰীক । আটকাধীন সৰবৰাহকাৰী তিনিজন ৰাহুল কোঁৱৰ, লোকমান হুছেইন, ফৰিজউদ্দিনক বুলি চিনাক্ত কৰা হৈছে(Fake currency notes seized)।

আটকাধীন সৰবৰাহকাৰীৰ পৰা জব্দ কৰে ৬ লাখ ৪০ হাজাৰ নকল টকা।

লগতে পঢ়ক :New BJP govt to be sworn in on Oct 17 :১৭ অক্টোবৰত হাৰিয়ানাৰ নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান