Local, Vocal, Global

Explosion at home kills Kuki ex-MLA’s wife in Manipur : প্ৰাক্তন বিধায়কৰ ঘৰত দুৰ্বৃত্তৰ বোমা নিক্ষেপ;নিহত বিধায়কৰ পত্নী

নিউজ ডেস্ক,১১জুলাই : সংঘৰ্ষজৰ্জৰ মণিপুৰত পুনৰ সংঘটিত হৈছে হিংসাত্মক ঘটনা ।

প্ৰাক্তন বিধায়কৰ ঘৰত দুৰ্বৃত্তৰ বোমা নিক্ষেপ। প্ৰাক্তন বিধায়ক ইয়ামথং হাউকিপৰ চাইকুলস্থিত বাসভৱনত শক্তিশালী বোমা নিক্ষেপ দুৰ্বৃত্তৰ(Explosion at home kills Kuki ex-MLA’s wife in Manipur)।

নিহত প্ৰাক্তন বিধায়ক ইয়ামথং হাউকিপৰ পত্নী। প্ৰাক্তন বিধায়কগৰাকীৰ পত্নী চাৰুবালা হাউকিপৰ মৃত্যু। কথমপি ৰক্ষা পৰিল কন্যাসহ প্ৰাক্তন বিধায়কগৰাকীৰ।

উল্লেখ্য যে,ইয়ামথং হাউকিপ চাইকুল বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক(Explosion at home kills Kuki ex-MLA’s wife in Manipur’s Kangpokpi district)।

লগতে পঢ়ক :Syed Refaat Ahmed appointed as Chief Justice : বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তি