Watch | Exceptional wedding in Nagaon, Barpeta district: বৰপেটা জিলাৰ নগাঁওত এখন ব্যতিক্ৰমী বিয়া
বৰপেটা: বৰপেটা জিলাৰ নগাঁওত এখন ব্যতিক্ৰমী বিয়া ৷ নগাঁওৰ মহিদত্ত বায়নৰ ঘৰত এডাল বটগছ আৰু এডাল আহত গছৰ বিবাহ ৷ সম্পূৰ্ণ হিন্দু ধৰ্মৰ নীতি নিয়মেৰে সম্পন্ন হয় বিবাহ খন ৷ অঞ্চলটোৰ বিভিন্ন ঠাইৰ পৰা লোক আহি ভিৰ কৰে বিবাহস্হলী৷ ৰাতিপুৱাৰভাগত মহিলা সকলে উলহ মালহেৰে পানী তুলিব যায় ৷ বিবাহত তিনীজনকৈ পুৰোহিত উপস্থিত থাকি বিবাহ কাৰ্য্য সম্পন্ন কৰে ৷