Ex-student leader arrested : জাগীৰোড আৰক্ষীৰ জালত প্ৰাক্তন ছাত্ৰনেতাৰূপী প্ৰৱঞ্চক

নিউজ ডেস্ক,১৩আগষ্ট : জাগীৰোড আৰক্ষীৰ জালত প্ৰাক্তন ছাত্ৰনেতাৰূপী প্ৰৱঞ্চক ৷ গ্ৰেপ্তাৰ সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ পাটৰক( Ex-student leader arrested) ৷
জানিব পৰা মতে, বহু যুৱকৰ নামত গাড়ী ক্ৰয় কৰি জালিয়াতিৰে বিক্ৰী কৰিছিল। মাধুৰ্য নামৰ এজনৰ নথি পত্ৰৰে কিনিছিল বলেৰো বাহন। কিন্তু এই বিষয়ে জ্ঞাত নাছিল মাধুৰ্য কোঁৱৰ। বেংকে ইখনৰ পাছত সিখন জাননীৰে হাৰাশাস্তি কৰিছিল মাধুৰ্যক।টকা বিচাৰি হাৰাশাস্তি কৰিছিল বিত্তীয় প্ৰতিষ্ঠানেও ।
লগতে পঢ়ক : Sensational Incident: দুজন মাছমৰীয়াক নৃশংসভাৱে হত্যা দুৰ্বৃত্তৰ