Eviction operation in Sonapur : আজি পুনৰ সোণাপুৰৰ কচুতলীত চলিব উচ্ছেদ

নিউজ ডেস্ক,২৪ছেপ্তেম্বৰ : আজি পুনৰ সোণাপুৰৰ কচুতলীত চলিব উচ্ছেদ অভিযান ৷ কচুতলীৰ ৬টা স্থানৰ ২৫০টা বাসগৃহত চলিব উচ্ছেদ৷
সোণাপুৰৰ ১৫০ বিঘা ম্যাদী-একচনীয়া ভূমিত চলিব উচ্ছেদ(Eviction operation in Sonapur)। বেদখলকাৰীৰ ঘৰে ঘৰে আঁৰি দিয়া হৈছিল ৰঙা ষ্টিকাৰ । এসপ্তাহ পূৰ্বে উকলি গৈছে প্ৰশাসনে বান্ধি দিয়া সময়সীমা ।
ইতিমধ্যে প্ৰশাসনে চিনাক্ত কৰিছে বাসগৃহকেইটা ৷ মোতায়েন কৰা হৈছে বৃহৎ পৰিমাণৰ নিৰাপত্তাৰক্ষী৷
লগতে পঢ়ক :Spurious liquor seized in Merapani : মেৰাপানীত বিলাতী সুৰাসহ আটক এজন যুৱকক