Local, Vocal, Global

WATCH | Eviction drive in Goalpara : গোৱালপাৰাত আজি প্ৰশাসনৰ উচ্ছেদ অভিযান

গোৱালপাৰা,১৬জুন : গোৱালপাৰাত আজি প্ৰশাসনৰ উচ্ছেদ অভিযান।

বেদখলমুক্ত কৰা হ’ব হাছিলা বিলৰ ১৫শ বিঘা ভূমি।

৬৬৭টা পৰিয়ালক উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন(Eviction drive in Goalpara)।

বেদখলকৃত ভূমিত আছে ৫খন স্কুল, এটা JJM প্ৰকল্পও।

প্ৰায় ১০ টা জি চে বি ৰে চলিল প্ৰশাসনৰ উচ্ছেদ।

হাছিলা বিলত দুদিন পুৰ্বে জিলা প্ৰশাসনে জাননী জাৰী কৰিছিল।

লগতে পঢ়ক : WATCH | Jorhat News : যোৰহাট জিলা চুতীয়া যুৱ সন্মিলনৰ কাৰ্যনিবাহক সভা