Eviction drive in Darrang :দৰঙৰ পাঁচলি বজাৰ বেচিমাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান
দৰং,১২ডিচেম্বৰ : দৰঙৰ পাঁচলি বজাৰ বেচিমাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান ।বৃহস্পতিবাৰে পুৱাই জে চি বি ৰে অভিযান চলাই প্ৰশাসনে।
উচ্ছেদ অভিযানক আদৰণি জনাই ৰাইজৰ। আৰক্ষী-নিৰাপত্তাৰক্ষী লগত লৈ প্ৰশাসনৰ উচ্ছেদ অভিযান(Eviction drive in Darrang)।
উল্লেখ্য যে, বেচিমাৰীৰ পৰা দৈপাম সংযোগী পথটো বহলীকৰণৰ বাবে আমছুয়ে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছিল।আজি দৰং জিলাৰ প্ৰশাসনে এফালৰ পৰা আৰম্ভ কৰিলে উচ্ছেদ অভিযান।বৃহৎ সংখ্যক আৰক্ষী আৰু সম্পূৰ্ণ নিৰাপত্তাৰ মাজেৰে চলাই আছে উচ্ছেদ অভিযান।
ঘটনাস্থলীত উপস্থিত স্থানীয় দল সংগঠন আৰু দলগাওঁৰ বিধায়ক মুজিবুৰ ৰহমান।আমছুক কঠোৰ ভাৱে সমালোচনা কৰিলে বিধায়ক মুজিবুৰ ৰহমানে।সাংবাদিকৰ প্ৰশ্নৰ ওপৰতো খং উঠিল বিধায়ক মুজিবুৰ ৰহমানৰ।
লগতে পঢ়ক :Wild elephanat death:নগাঁৱৰ কন্দলী আদৰ্শ গাঁৱত মৃত বন্যহস্তী উদ্ধাৰ