Local, Vocal, Global

Everest refutes reports of ban in Singapore and Hong Kong : ছিংগাপুৰ আৰু হংকঙত নিষিদ্ধ ভাৰতত উৎপাদিত চাৰিবিধ মচলা

নিউজ ডেস্ক, ২৩ এপ্ৰিল : হংকঙত নিষিদ্ধ ভাৰতীয় মচলা ব্ৰেণ্ড MDH আৰু এভাৰেষ্ট । ছিংগাপুৰ আৰু হংকঙত নিষিদ্ধ কৰিছে ভাৰতত উৎপাদিত চাৰিবিধ মচলা(Everest refutes reports of ban in Singapore and Hong Kong)।

এম ডি এইছ আৰু এভাৰেষ্ট ব্ৰেণ্ডৰ ৪বিধ মচলা নিষিদ্ধ কৰিছে ছিংগাপুৰ আৰু হংকঙত(Centre’s Action After Indian Spice Brands Recalled In Hong Kong, Singapore) ।

উল্লেখ্য যে, হংকঙৰ খাদ্য সুৰক্ষা বিভাগে ভাৰতীয় কোম্পানী এম ডি এইছ আৰু এভাৰেষ্টৰ মছলাত কেন্সাৰ সৃষ্টিকাৰী পদাৰ্থ পোৱা বুলি দাবী কৰিছে।কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পৰ্দাথৰ অৱস্থিতি ধৰা পৰাত হংকঙৰ স্বাস্থ্য সুৰক্ষা সংস্থাৰ এই সিদ্ধান্ত।

নিষিদ্ধ এম ডি এইছৰ মাদ্রাছ কাৰি পাউদাৰ, মিক্সড মচলা পাউদাৰ, চাম্বৰ মচলা আৰু এভাৰেষ্টৰ ফিছ কাৰি মচলাও আছে এই তালিকাত। ইতিমধ্যে ভাৰততো খাদ্য সুৰক্ষা বিভাগে মচলাকেইবিধৰ নমুনা সংগ্রহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

লগতে পঢ়ক :10 dead after Malaysian Navy helicopters collide mid-air : নৌসেনাৰ দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যু ১০জন নৌসেনাৰ জোৱানৰ