WATCH | Erosion in Hatsingmari : তীব্ৰ গৰাখহনীয়াত উঠি গ’ল ওয়াহাব বজাৰৰ জামে মছজিদ
হাটশিঙিমাৰী,২৫জুন : ফকিৰগঞ্জৰ ওয়াহাব বজাৰত ভয়ংকৰ ৰূপ লৈছে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই।
ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰাখহনীয়াত উঠি গ’ল ওয়াহাব বজাৰৰ জামে মছজিদ(Erosion in Hatsingmari)।
অন কেমেৰাত বন্দী ব্ৰহ্মপুত্ৰ নদীৰ বুকুত বিলীন হোৱা জামে মছজিদ ।
দিনক দিনে দক্ষিণ শালমাৰাৰ বিভিন্ন ঠাইত ভয়ংকৰ ৰূপ লৈছে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই।
লগতে পঢ়ক : WATCH | Road Accident : কলিয়াবৰৰ আমবাগানত ভয়ংকৰ পথ দুৰ্ঘটনা