Encounter in Mazbat : মাজবাটত আৰক্ষীৰ এনকাউণ্টাৰ

নিউজ ডেস্ক,২৫জুন : মাজবাটত আৰক্ষীৰ এনকাউণ্টাৰ।
মাজবাটত ধৰ্ষণত অভিযুক্তলৈ আৰক্ষীৰ গুলী। সোমবাৰে নিশা ধৰ্ষণৰ অভিযুক্ত হাফিজুল আলী লৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা(Encounter in Mazbat)।
জানিব পৰা মতে, ,সোমবাৰে নিশা আৰক্ষীয়ে চলোৱা অভিযানৰ সময়তে পলাবলৈ চেষ্টা কৰিছিল হাফিজুল আলী।সেই সময়তে আৰক্ষীয়ে হাফিজুল লৈ লক্ষ্য কৰি গুলীচালনা কৰে । আৰক্ষীৰ গুলীত আহত হয় হাফিজুল আলী নামৰ অভিযুক্তটো(Encounter in Mazbat)।
লগতে পঢ়ক : Security forces seize weapons in Manipur : মণিপুৰত জব্দ বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ আৰু বিস্ফোৰ সামগ্ৰী