WATCH | Encounter in Jorhat:পুনৰ গৰজিল আৰক্ষীৰ বন্দুক
যোৰহাট,২৪এপ্ৰিল : পুনৰ গৰজিল আৰক্ষীৰ বন্দুক।
যোৰহাটৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক আৰক্ষীৰ এনকাউণ্টাৰ।
ভৰিত গুলি লাগিছে আব্দুল নুৰ ওৰফে ৰিজুৰ(Encounter in Jorhat)।
নিশা তদন্তৰ বাবে নিওতেই আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাইছিল আব্দুলে।
উপায়ন্তৰ হৈ গুলিচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী।
বৰ্তমান JMCHত চিকিৎসাধীন আব্দুল নুৰ ওৰফে ৰিজু।