Encounter in Bilasipara:ৰাজ্যত পুনৰ অপৰাধীলৈ আৰক্ষীৰ গুলীচালনা
বিলাসীপাৰা,২৮ডিচেম্বৰ : ৰাজ্যত পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক।
বিলাসীপাৰাৰ ৰাণীগঞ্জ বজাৰত সংঘটিত হোৱা গুলীচালনা কাণ্ডৰ মাষ্টাৰ মাইণ্ডলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী(Encounter in Bilasipara)।
আটকাধীন চুনাৰীৰ নূৰ কালামক লৈ নিশা লুকুৱাই ৰখা অস্ত্ৰৰ সন্ধান কৰিবলৈ গৈ আৰক্ষীৰ এনকাউন্টাৰ। লুকুৱাই ৰখা অস্ত্ৰৰ সন্ধান দিবলৈ গৈ আৰক্ষীক আঘাত কৰি পলায়ণৰ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলী বৰ্ষণ ।আৰক্ষীৰ গুলীত সোঁ-ভৰিত গুলিবিদ্ধ হয় নূৰ কালাম। বৰ্তমান নূৰ কালাম বিলাসীপাৰাৰ আদৰ্শ চিকিৎসালয়ত লৈ যোৱা হয়।
বিলাসীপাৰাৰ আদৰ্শ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসকৰ অন্তত উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক :Youth from Hajo murdered in Rajasthan :ৰাজস্থানৰ কোটা অনন্তপুৰাত নৃশংস হত্যা হাজোৰ যুৱকক