Local, Vocal, Global

Watch | Eminent litterateur and linguist Dr. Nagen Thakur passes away: বিশিষ্ঠ সাহিত্যিক তথা ভাষা তত্ববিদ ড° নগেন ঠাকুৰৰ দেহাবসান

দেৰগাঁও: বৃহস্পতি বাৰে বিয়লি ৪.৩০ বজাত তেওঁৰ দেৰগাঁও স্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত অসমীয়া বিভাগত তেওঁৰ কৰ্ম জীৱনৰ পাতনি মেলাৰ পাছত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। অসমীয়া ভাষাৰ ওপৰত কেইবাখনো গ্ৰন্থ প্ৰকাশ পোৱাৰ উপৰি তেখেতৰ কবিতা, প্ৰবন্ধ আৰু বিভিন্ন বহুতো গ্ৰন্থ প্ৰকাশ পাইছিল। তেখেতৰ মৃত্যুত দেৰগাঁৱৰ লগতে সমগ্ৰহ অসমৰ অপুৰণীয় ক্ষতি হয় লগতে সমগ্ৰহ দেৰগাঁৱত শোকৰ ছাঁ পৰে।