Local, Vocal, Global

Elephant menace in Kaliabor: বন্যহস্তীৰ আক্ৰমণত মৃত্যু যুৱকৰ

নিউজ ডেস্ক,১৬ফেব্ৰুৱাৰী : কলিয়াবৰত বন্যহস্তীৰ সন্ত্ৰাস।

বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজন যুৱকৰ(Elephant menace in Kaliabor)।

নিহত যুৱকজন আমগুৰি ৰঙাজানবস্তিৰ হীৰালাল চাওতালৰ।

লগতে পঢ়ক:Delhi railway station stampede: নতুন দিল্লী ৰে’লৱে ষ্টেচনত ভয়ংকৰ ঘটনা;নিহত ১৮জন,আহত ১৫জন