Local, Vocal, Global

WATCH | Elephant menace in Jagiroad: জাগীৰোডৰ পশ্চিম নগাঁৱত বন্যহস্তীৰ তাণ্ডৱ

জাগীৰোড,১০মাৰ্চ : জাগীৰোডৰ পশ্চিম নগাঁৱত বন্যহস্তীৰ তাণ্ডৱ।

বন্যহস্তীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে বাসগৃহ ৷ খাই তহিলং কৰিলে গৃহস্থৰ চাউল ৷ বিধৱা মহিলা ৰীতামনি কোঁৱৰৰ গৃহত নিশা চলালে এই তাণ্ডৱ । কথমপি প্ৰানৰক্ষা গৃহস্থৰ(Elephant menace in Jagiroad) ।

লগতে পঢ়ক :WATCH | Assam Gaurav Award : ঘোষণা কৰা হ’ল ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান