Elephant menace in Dergaon: মৰঙিৰ ভিন্ন প্ৰান্তত বন্যহস্তীৰ বিচৰণ
দেৰগাঁও,১৬ডিচেম্বৰ : মৰঙিৰ ভিন্ন প্ৰান্তত বন্যহস্তীৰ বিচৰণ ।এফালে বন্যহস্তীয়ে ভাঙি লণ্ড ভণ্ড কৰিছে বাসগৃহ।কৰবাত যদি ভাঙিছে বাসগৃহ কৰবাত ধাননী পথাৰত বিচৰণ বনৰীয়া হাতীৰ(Elephant menace in Dergaon)।
দেওবাৰে নিশা পৰ্যাবস্তিত বনৰীয়া হাতীয়ে ভাঙি লণ্ড ভণ্ড কৰিলে বাসগৃহ।
ইফালে গৰঙা পথাৰত বন্যহস্তীয়ে বিচৰণ কৰি আছে।
লগতে পঢ়ক:Dr. Banikanta Kakati Award: ৭৫ শতাংশ বা ৬০ শতাংশ নম্বৰ পালে নাপাব স্কুটী