WATCH | Elephant menace : জাঁজীমূখত নিশা বন্যহস্তীৰ তাণ্ডৱ
টীয়ক,২৪এপ্ৰিল : জাঁজীমূখত নিশা বন্যহস্তীৰ তাণ্ডৱ । পূব যোৰহাটৰ জাঁজীমূখত আজি নিশা এদল বনৰীয়া হাতীয়ে চুমনি চাপৰি কৃষক বিদ্যালয় আৰু থলুৱা বীজ ভঁৰাল গৃহটি ভাঙি লণ্ড ভণ্ড কৰে(Elephant menace)।
বহু দিনৰ পৰা বন্য হস্তীৰ এটা জাকে জাঁজীমূখৰ বেজৰচিগা,চুমনি চাপৰি,হাতীশাল আদি অঞ্চলত শাক পাচলি বাৰী ধ্বংস কৰা লগতে বহু লোকৰ অনিষ্ট সাধন কৰিছে।
সেয়েহে বন বিভাগৰ লোকক স্থানীয় ৰাইজে হাতীৰ দলটো খেদাই পথাবলৈ আহ্বান জনায়ই।
লগতে পঢ়ক : WATCH | Sensational incident : দ’ খাৱৈত পৰি সলিল সমাধি শিশুৰ