Local, Vocal, Global

WATCH| Elephant menace : মহানগৰীৰ সাতগাঁওস্থিত নাৰেংগী সেনা শিবিৰত বন্যহস্তীৰ বিচৰণ

গুৱাহাটী,৯এপ্ৰিল : মহানগৰীৰ সাতগাঁওস্থিত নাৰেংগী সেনা শিবিৰত বন্যহস্তীৰ বিচৰণ।

বিদ্যালয় শ্ৰেণীকোঠাত প্ৰৱেশ বন্যহস্তীৰ(Elephant menace)।

সাতগাঁওস্থিত আৰ্মী স্কুলৰ ভিতৰত বিচৰণ বন্যহস্তীৰ।

ফটকা ফুটাই আঁতৰাই পঠাই বন্যহস্তীটোক।

বন্যহস্তীৰ মুক্ত বিচৰণক লৈ আতংকিত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী।

খাদ্যৰ সন্ধানত প্ৰায়ে আমচাং অভয়াৰণ্যৰ পৰা অহা বন্যহস্তীয়ে সাতগাঁও সেনা শিবিৰত সন্ত্ৰাস সৃষ্টি কৰে।

লগতে পঢ়ক : WATCH | Nalbari News : ৰাজ্যত অব্যাহত আছে গৰু চোৰৰ দৌৰাত্ম্য