WATCH | Electricity News : বিদ্যুৎ বিভাগৰ ৪ঘণ্টা অসম বিদ্যুৎ কৰ্তনৰ জাননী
নিউজ ডেস্ক,৩জুন : বিদ্যুৎ বিভাগৰ ৪ঘণ্টা অসম বিদ্যুৎ কৰ্তনৰ জাননী।
৪ঘণ্টা নাথাকিব বিদ্যুৎ(Electricity News)।
কোন কোন অঞ্চলত নাথাকিব বিদ্যুৎ?
জিলা আৱৰ্ত ভৱন, দোলাইগাঁও, আয়ুক্ত বাসভৱন,নতুনপাৰা, পাগলাস্থান,ভাওলাগুৰী,ৰোলিং মিল, শালবাগান, শাস্ত্ৰী ৰোড ,বিওচি গেট, পালপাৰা, নেতাজী নগৰ
খাৰিজা দোলাইগাঁও, শালবাৰী, পাইপলাইন ,চাপাগুৰী ৰোড, কিষাণবজাৰ,বঙাইগাঁও টাউন,ভাকাৰীভিটা, বৰপাৰা,দেউৰীপাৰা, বেতবাৰী
পুৰণি বঙাইগাঁও, বীৰৰ্কৰা চাহ বাগান, পোপৰাগাঁও,চিটকাগাঁও, শিমলাগুৰী, জেলকাঝাৰ, বৰ্ষণগাঁও, মূলাগাঁৱত নাথাকিব বিদ্যুৎ
৩৩ কেভি চাপাগুৰী আৰু ৩৩ কেভি কাজলগাঁৱত বিদ্যুৎ মেৰামতিৰ বাবে নাথাকিব বিদ্যুৎ।
লগতে পঢ়ক : WATCH | Ambubachi Mela 2025 : ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত মহা অম্বুবাচী মেলা