Local, Vocal, Global

Election Commission To Announce Lok Sabha Poll Dates Today : আজি ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ দিন

নিউজ ডেস্ক, ১৬ মাৰ্চ : আজি ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ দিন। শনিবাৰে বিয়লি ৩ বজাত ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচনৰ দিন(Election Commission To Announce Lok Sabha Poll Dates Today)।

নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে দেশজুৰি বলৱৎ হ’ব নিৰ্বাচনী আচৰণ বিধি। ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিব মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে।

এইবাৰো কেইবাটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। ২০১৯ৰ লোকসভা নিৰ্বাচন ৭টাকৈ পৰ্যায়ত অনুষ্ঠিত হৈছিল।

লগতে পঢ়ক : Massive Fire Breaks Out at Gohpur : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ, প্ৰয়োজনীয় নথি-পত্ৰ