Local, Vocal, Global

WATCH | Eid-ul-Fitr 2025 : সোমবাৰে ইছলাম ধর্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ-উল-ফিতৰ

গোসাইগাঁও,২৯মাৰ্চ : সোমবাৰে ইছলাম ধর্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ-উল-ফিতৰ। এমাহ জোৰা ৰোজাৰ অন্তত ঈদ পালন কৰিবলৈ সাজু ইছলাম ধর্মাৱলম্বী লোকসকল। গোসাঁইগাঁও ভাওঁৰাগুৰী পাটিয়ালপাৰা গাঁওৰ ঈদগাহ ময়দানত সমূহীয়া ঈদৰ নামাজৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে(Eid-ul-Fitr 2025)।

সোমবাৰে সমূহীয়া পৱিত্ৰ ঈদ-উল-ফিতৰ নামাজ ৰাতিপুৱা দহ বজাত উক্ত ঈদগাহ ময়দানত আদায় কৰা হ’ব ।

ঈদগাহ সমিতিয়ে ঈদুল ফিটৰৰ শুভেচ্ছা জ্ঞাপন কৰি কয়, পৱিত্ৰ ৰমজানৰ মাহ আৰু ঈদৰ নামাজে সকলো জাতি ধৰ্মৰ মাজত মিলা প্ৰতি আনক আৰু সকলোৱে শান্তিৰে বসবাস কৰিব পাৰে
তাৰ বাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব বুলি মন্তব্য কৰে।

লগতে পঢ়ক : WATCH | Drugs peddler arrested along with drugs: এইবাৰ আশা কৰ্মী ড্ৰাগছ সৰবৰাহকাৰী ৰূপত