Local, Vocal, Global

WATCH | Education Minister Dr Ranoj Pegu :‘প্ৰতিবাদ কৰাটো ভুল নহয়, তেওঁলোকৰ আৰম্ভণী নিযুক্তিয়ে আছিল অস্থায়ী’

নিউজ ডেস্ক,১২মাৰ্চ : ‘প্ৰতিবাদ কৰাটো ভুল নহয়, তেওঁলোকৰ আৰম্ভণী নিযুক্তিয়ে আছিল অস্থায়ী । ‘গতিকে তেওঁলোকে জানে যে তেওঁলোকৰ চাকৰিটো স্থায়ী নহয়’। তেওঁলোকক অংশকালীন নিযুক্তি দিয়া হৈছে’। এই মন্তব্য শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ(Education Minister Dr Ranoj Pegu) ।

লগতে পঢ়ক : WATCH | Daul festival : নগাঁৱৰ বটদ্রৱা থানত দৌল উৎসৱৰ ব্যাপক প্রস্তুতি