ED summons ex-cricket captain Mohammed Azharuddin : প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিনলৈ EDৰ চমন
নিউজ ডেস্ক,৩অক্টোবৰ : প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিনলৈ EDৰ চমন।
হায়দৰাবাদ ক্ৰিকেট সন্থাৰে জড়িত বিত্তীয় কেলেংকাৰিৰ গোচৰত চমন EDৰ(ED summons former India cricket captain Mohammad Azharuddin in money laundering case)।
সোধা-পোছাৰ বাবে আজি EDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ।
প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে ২০ কোটি টকা আত্মসাৎৰ অভিযোগ(ED summons ex-cricket captain Mohammed Azharuddin)।