ED raid in Dibrugarh:ডিব্ৰুগড়ত EDৰ অভিযান
ডিব্ৰুগড়,৪ফেব্ৰুৱাৰী : ডিব্ৰুগড়ত EDৰ অভিযান।
ডিব্ৰুগড়ৰ ব্যৱসায়ী ৰাজেন লোহিয়া বাসগৃহ, প্ৰতিষ্ঠানত অভিযান(ED raid in Dibrugarh)।
ডিব্ৰুগড়ৰ চাহ ব্যৱসায়ী ৰাজেন লোহিয়াৰ থানা চাৰিআলিৰ কাৰ্তিক পাড়া পথৰ নিজা বাসভৱনত পুৱাৰ পৰা অভিযান ED ৰ।
লগতে পঢ়ক :Massive fire breaks out in Doboka: ডবকাত বিধ্বংসী অগ্নিকাণ্ড; ভস্মীভূত কেৰেলিয়ান ৰেষ্টুৰেণ্ট