Earthquake of Magnitude 5.5 jolts in Assam : ৰাজ্যত ভূমিকম্পৰ জোকাৰণি
নিউজ ডেস্ক,২জুন : ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। দুপৰীয়া ২ বাজি ১৪ বজাত অনুভূত হয় এই জোকাৰণি(Earthquake of Magnitude 5.5 jolts in Assam)।
ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৫.৫। এই ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰ বুলি জানিব পৰা গৈছে।