Local, Vocal, Global

Earthquake of magnitude 4.7 strikes Assam : ৰাজ্যত মৃদু ভূমিকম্পৰ জোকাৰণি; ২.২৮ বজাত জোকাৰণি অনুভূত

নিউজ ডেস্ক, ১২ মাৰ্চ : ৰাজ্যত মৃদু ভূমিকম্পৰ জোকাৰণি । দুপৰীয়া ২বাজি ২৮ মিনিটত অনুভূত হয় জোকাৰণি(Earthquake of magnitude 4.7 strikes Assam) ।

ৰিখটাৰ স্কেলট এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৭। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মেঘালয়ৰ পশ্চিম গাৰো হিলছ। ভূমিকম্পৰ ফলত কোনো স্থানৰ পৰা ক্ষয়-ক্ষতিৰ খবৰ অহা নাই।

অৱশ্যে ভূমিকম্পটোৰ অভিকেন্দ্ৰ এতিয়ালৈ জানিব পৰা হোৱা নাই(Earthquake of magnitude 4.7 strikes Assam)।

লগতে পঢ়ক : Wild Elephanat Death in Goalpara : গোৱালপাৰাৰ ধনুভাঙাৰ মাদাং নৈৰ পাৰত উদ্ধাৰ মৃত বন্যহস্তী