Earthquake in Assam: মাজনিশা ভূমিকম্পৰ জোকাৰণি

নিউজ ডেস্ক,২৮মে’ : মাজনিশা ভূমিকম্পৰ জোকাৰণি।
একেলগে ৩খনকৈ দেশত অনুভূত ভূমিকম্পৰ জোকাৰণি(Earthquake in Assam)।
National Center for Seismologyৰ তথ্য অনুসৰি ভূমিকম্পৰ উৎপত্তিস্থল মণিপুৰৰ চুড়াচান্দপুৰ।
নিশা ১ বাজি ৫৪ মিনিটত অনুভূত হয় জোকাৰণি।
ভূমিকম্পৰ প্ৰাবল্য ৫.২ ৰিখটাৰ স্কেল।