Local, Vocal, Global

Watch | Dumdumiya drugs pedlar arrest: ডুমডুমীয়াত ড্ৰাগছ পেডলাৰ আটক

ডুমডুমীয়া: ডুমডুমীয়াত ড্ৰাগছ পেডলাৰ আটক। বলিকটীয়া গাঁৱত ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোঁতে আটক কৰে স্থানীয় ৰাইজে। আটক কৰি ৰাইজে দগাওঁ আৰক্ষী পহৰা চকীৰ পৰা অহা আৰক্ষীৰ হাতত ড্ৰাগছ আৰু তেওঁ ব্যৱহাৰ কৰি অহা AS02AE4508 নং স্কুটাৰ সহ গতাই দিয়ে ড্ৰাগছ পেডলাৰ গৰাকীক।

দৃত ড্ৰাগছ পেডলাৰ জন হল জেঙণি গাঁৱৰ জাকিৰ হুছেইনৰ পুত্ৰ ৰাজবিৰ আলম। আৰক্ষীয়ে আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে বলিকটীয়া গাঁৱৰ কুখ্যাত ড্ৰাগছ মাফিয়া আলাল উদ্দীনৰ সহযোগী আছিল ড্ৰাগছ পেডলাৰ ৰাজবিৰ।

লগতে পঢ়ক:Watch | Chapar news: চাপৰৰ আৰেয়াৰঝাৰ ৰাস মন্দিৰ প্ৰাংগনত অনুষ্ঠিত ‘থিয়’ আখৰা