WATCH | Duliajan News : দুলীয়াজানত ড্ৰাগছ, নগদ ধনসহ এখন বাহন জব্দ দুলীয়াজান আৰক্ষীৰ

দুলীয়াজান,২২মাৰ্চ : দুলীয়াজানত ড্ৰাগছ, নগদ ধনসহ এখন বাহন জব্দ দুলীয়াজান আৰক্ষীৰ ।
দুলীয়াজানৰ কমলাবাৰী পথৰ নিজৰা বিবাহ ভৱনৰ সমীপৰ পৰা আটক এজনক ।
আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীচোৰ সমীৰ চুতীয়া বুলি জানিব পৰা গৈছে ।
সৰবৰাহকাৰী সমীৰ চেতিয়াৰ পৰা বহু পৰিমাণৰ ড্ৰাগছ ,এখন ইঅন বাহন আৰু নগদ ১৬ হাজাৰ টকা জব্দ দুলীয়াজান আৰক্ষীৰ(Duliajan News)।
এক গোপন সূত্ৰৰ ভিত্তিত দুলীয়াজান আৰক্ষীৰ পৰিদৰ্শক ভাস্কৰ শইকীয়া বাহিনীয়ে চলাইছিল এই অভিযান ।
ধৃত ড্ৰাগছ সৰবৰাহকাৰীতোৰ ঘৰ দুলীয়াজানৰ কমলাবাৰী পথত থকা ধুবী পতিত।
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : ‘ৰূপজ্যোতি কুৰ্মীৰ ভাষণ দিয়াৰ মাজত অখিল গগৈয়ে মাত মতা উচিত নাচিল ‘