Watch | Duliajan news: দুলীয়াজানত বিশ্ব আদিবাসী দিৱস-২০২৫ উদযাপন

দুলীয়াজান: দুলীয়াজান আঞ্চলিক সমিতি আৰু আদিবাসী জানি শক্তি সংগতি উদ্যোগত AASAA আৰু AJSS বালিজান প্ৰাৰ্থমিক সমিতি ও স্থানীয় ৰাইজৰ সহযোগত বিশ্ব আদিবাসী দিবস-২০২৫ৰ লগত সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰ বাহিৰ কৰে।
উক্ত শোভাযাত্ৰ অসম চৰকাৰ হাই হাই ভাৰত চৰকাৰ হাহই আদিবাসী সকল অতি শীঘ্ৰে জনজাতি প্ৰদান কৰক আদিবাসী সকলক মাটি পট্টা প্ৰদান কৰাক চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকা’লৈ বৃদ্ধি কৰক আদিবাসী সকলক শুদ্ধ জাতিগত প্ৰমান প্ৰত্ৰ প্ৰদান কৰা দবি উপস্থাপন কৰি শোভাযাত্ৰ বাহিৰ কৰে।
লগতে সংবাদ মাধ্যমৰ আগত কয় যে আগন্তোক বিধান সভা নিৰ্বাচন আগত আদিবাসী সকলৰ জনজাতি প্ৰদান নকৰিলে যি দৰে চৰকাৰক গাদিত বহায় ছিল ঠিক তেনে দৰে লাত মৰি নমাবলৈ শুংকাৰ প্ৰদান কৰে।
লগতে পঢ়ক: Watch | Rangia news:ৰঙিয়াত বিশিষ্ট সাংবাদিক প্ৰয়াত বলেন কলিতাৰ স্মৃতিচাৰণ সভা