Local, Vocal, Global

WATCH | Drugs Seized : জামুগুৰিহাটত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

জামুগুৰিহাট,১৪জুন : জামুগুৰিহাটত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী(Drugs Seized)। আটকাধীন সৰবৰাহকাৰী দুটা নজৰুল ইছলাম আৰু আবুল কালাম বুলি জানিব পৰা গৈছে।

জামুগুৰি আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি গটাইমাৰী গাঁৱৰ পৰা হেৰ’ইন সহ আটক কৰে সৰবৰাহকাৰী দুটাক। আৰক্ষীয়ে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি তেজপুৰ জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটৰ মংগলবৰীয়াত বিনামূলীয়া আয়ুৰ্বেদিক চিকিৎসা শিবিৰ আয়োজন