WATCH | Drugs seized : শোণিতপুৰত বুজন পৰিমাণৰ হেৰ’ইনসহ আটক সৰবৰাহকাৰী
জামুগুৰিহাট,৩জুন : শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইন জব্দ।
চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জব্দ কৰে নিষিদ্ধ সামগ্ৰীখিনি।
গুদামঘাট মিৰি গাওঁত বিক্রীৰ বাবে লৈ অহাৰ সময়তে জব্দ কৰে হেৰ’ইনসহ এজনক( Drugs seized)৷
ঘটনা সন্দৰ্ভত চাইদুল ইছলাম নামৰ এজন সৰবৰাহকাৰীক আটক চাৰিদুৱাৰ আৰক্ষীৰ।
জব্দকৃত হেৰ’ইনখিনিৰ মূল্য প্ৰায় ৫ লাখ টকা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।