Local, Vocal, Global

WATCH | Drugs seized : লামডিঙত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক এজনক

লামডিং ,২৭মে’ : লামডিং আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৷

অভিযানত ড্ৰাগছসহ আটক এগৰাকী যুৱকক(Drugs seized)।

লামডিঙৰ ঝুলন পুল ৰোডৰ সমিপত অভিযান চলাই আৰক্ষীয়ে হাতে লোতে আটক কৰে এই যুৱকজনক ।

১৪ টা ড্ৰাগছ ভৰ্তি প্লাষ্টিক কন্টেনাৰ বিশাল দাসৰ পকেটৰ পৰা জব্দ কৰে এই হিৰ’ইনখিনি। জানিব পৰা মতে, লামডিংৰ বিভিন্ন প্ৰান্তত সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল বিশাল দাসে । আৰক্ষী গোপন সূত্ৰৰ পম খেদি আটক কৰিবলৈ সক্ষম হয় এই পেডলাৰক।

লগতে পঢ়ক : WATCH | Sankar Jyoti Baruah walks out of prison on bail : মুকলি আকাশৰ তললৈ শংকৰজ্যোতি বৰুৱা