Local, Vocal, Global

WATCH | Drugs seized : জাগীৰোডত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক এজনক

জাগীৰোড,২৬মে’ : জাগীৰোড আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক এজনক ৷ আটকাধীন লোকজন জাগীৰোডৰ কুইয়াদলৰ ইছমাইল আলী বুলি জানিব পৰা গৈছে(Drugs seized)।

জাগীৰোড আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি জাগীৰোড থানাৰ অন্তৰ্গত কুইয়াদলত অভিযান চলাই ৷ অভিযানত আৰক্ষীয়ে জব্দ ৯ গ্ৰাম হেৰ’ইন ৷ ইছমাইল আলীৰ পৰা সেউজীয়া কন্টেনাৰৰ ভিতৰত পলিথিনৰ পৰা পৰা ৯ গ্ৰাম হেৰ’ইন জব্দ কৰে জাগীৰোড আৰক্ষীয়ে ৷

লগতে পঢ়ক : WATCH | Nalbari News : এগৰাকী শিক্ষকৰ জীৱনৰ কৰুণ গাঁথা