WATCH | Drugs seized : বিলাসীপাৰাত জব্দ বুজন পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰী
বিলাসীপাৰা,১৮মে’ : বিলাসীপাৰা চহৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।
অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক ২টা ড্ৰাগছ সৰবৰাহকাৰী(Drugs seized)।
আটকধীন লোকজন ছাহানুৰ আলী ( বটেৰতল) আৰু ইমতাজুল মোল্লা ( কবুতৰখোৱা) বুলি জানিব পৰা গৈছে ।
চহৰ খনৰ ৭ নম্বৰ ৱাৰ্ড বটেৰতলৰ পৰা আটক ড্ৰাগছ সৰবৰাহকাৰী ২টা ।
সৰবৰাহকাৰী ২টাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এখন AS17Q-8959 নম্বৰৰ মটৰ চাইকেল ।
লগতে পঢ়ক : WATCH | City Bus : চোৰৰ গেঙে কেনেদৰে ত্ৰাসৰ সৃষ্টি কৰে চিটি বাছত জানেনে ?