WATCH | Drugs seized : অভয়াপুৰীত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ
বঙাইগাঁও,১৪মে’ : বঙাইগাঁও জিলাৰ অভয়াপুৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
অভয়াপুৰীৰ দেওহাটীত আৰক্ষীৰ অভিযানত জব্দ ১৬ টা কন্টেইনাৰ ভৰ্তি ড্ৰাগছ।
আৰক্ষীয়ে সন্দেহজনক হেৰ’ইনসহ তিনিজন লোক আৰু AS 26C 6974 নম্বৰৰ টেম্প এখন জব্দ কৰে(Drugs seized)।
আটকাধীন লোককেইজন চিৰাং জিলাৰ আফজাল খান ,খালেক আলী আৰু সমেৰ আলী।
লগতে পঢ়ক : WATCH | Jagiroad News : জাগীৰোডত পুনৰ অনুষ্ঠিত হ’ব বাতিল হোৱা বিহু