WATCH | Drugs peddler arrested along with drugs : চতিয়াত ড্ৰাগছসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

চতিয়া,১জুন : চতিয়াত পুনৰ আৰক্ষীৰ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান। অভিযানত আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী।
ধৃত সৰবৰাহকাৰী দুটা অভিজিৎ গুপ্তা আৰু মফিজুল হক বুলি জানিব পৰা গৈছে(Drugs peddler arrested along with drugs)।
জানিব পৰা মতে, শোণিতপুৰৰ খনামুখৰ পৰা বিশ্বানাথলৈ সৰবৰাহ কৰাৰ সময়তে আটক কৰে সৰবৰাহকাৰী দুটাক । লগতে আৰক্ষীয়ে জব্দ কৰে দুটা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ এখন বাইক।
লগতে পঢ়ক :WATCH | Chapar News : বগাচলাত বিদ্যুৎ তাঁতৰ লাগি মৃত্যু গো ধনৰ