Local, Vocal, Global

WATCH | Drugs peddler arrested along with drugs : হাটশিঙিমাৰীত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক এজনক

হাটশিঙিমাৰী,৩১মে’ : হাটশিঙিমাৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছৰ লগতে এজনক আটক।

নিশা খাৰুৱাবান্ধা আৰক্ষীয়ে বক্ত জামান চাৰিআলিত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে এজনক আটক কৰে।

আৰক্ষীৰ অভিযানত ২৫ টা কন্টেইনাত ৩৫ গ্ৰাম হেৰ’ইন,এটা মোবাইল ফোনৰ লগত এটা বাইক জব্দ কৰে(Drugs peddler arrested along with drugs)।

আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী জন মেঘালয়ৰ শিলকাটা গাঁওৰ চফিকুল ইছলাম বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : WATCH | Abhayapuri News : বিদ্যুৎ নাই, মমবাতিৰ পোহৰত গ্ৰাহকক সামগ্ৰী যোগান ধৰিছে অভয়াপুৰীৰ ব্যৱসায়ীয়ে